Tuesday, December 13, 2022

ডিচেম্বৰ মাহৰ দ্বিতীয় সংখ্যা

সম্পাদকীয়

জোনাকী হৈছে অসমীয়া ভাষাত  প্ৰথম ধেমাজি জিলাৰ পৰা  প্ৰকাশিত অসমীয়া সাপ্তাহিক ই-আলোচনী । অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণৰ বাবে কাম কৰাৰ লগতে অসমৰ চুকে কোনে সিঁচৰিত হৈ থকা ন- পুৰণি সাহিত্যিক সকলক ডিজিটেল জগতত উচিত স্বীকৃতি দিয়াৰ উদ্দেশ্যে আগত ৰাখি ২০২২চনৰ ছেপ্টেম্বৰ মাহৰ ২০ তাৰিখৰ পৰা প্ৰতিষ্ঠাপক সম্পাদক ৰাহুল চেতিয়াৰ সম্পাদনাত প্ৰকাশ পাইছে । আলোচনীখনে  অসম তথা   বহি:ৰাজ্য হায়দৰাবাদত বসবাস কৰা প্ৰবাসী অসমীয়া  পাঠকৰ বিপুল সঁহাৰিত প্ৰথম বছৰৰ দ্বিতীয় মাহৰ দ্বিতীয় সংখ্যক লেখা ইতিমধ্যে সম্পূৰ্ন কৰিছে । আলোচনীখনত দুটা মাহত ৫০ গৰাকীতকৈও অধিক লেখক লেখিকাৰ গল্প,উপন্যাস,প্ৰবন্ধ,কবিতাকে আদি কৰি মুঠ প্ৰায় ২০০ৰো অধিক লেখা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে|
প্ৰকাশ পালে *জোনাকী* সাপ্তাহিক ৱেব আলোচনীৰ প্ৰথমবৰ্ষৰ ডিচেম্বৰ মাহৰ  দ্বিতীয় সংখ্যক সংখ্যাটি

*🟣আলোচনীৰ লেখা সমূহ পঢ়িবলৈ ইয়াত চুই দিয়ক 👇🏽*https://jonakimegazine.blogspot.com*
*🔴আপুনিও আমাৰ আলোচনীত লেখা প্ৰকাশ কৰিব বিচাৰে যদি ইয়াত চুই দিয়ক 👇🏽*
  *🔴আপুনিও আমাৰ আলোচনীৰ সৈতে জড়িত হবলৈ তলৰ লিংকটোত ক্লিক কৰক* https://chat.whatsapp.com/GpvvvMs6tWYCY5FwWkYSnB *

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...