Thursday, September 22, 2022

শৰৎ-মিন্টু গোৱালা

শৰৎ- মিন্টু গোৱলা

শৰৎৰ স্নিগ্ধ জোনাক 

ৰাতি দেখোঁ শাৰদীৰ

প্ৰতিচ্ছবি ।

শেৱালীৰ দলিচাত

নিয়ৰৰ ফটিক পানীত

দেখোঁ শাৰদীৰ প্ৰতিচ্ছবি।

শৰৎৰ ক্ষণ জ্যোতিৰ

বেলিটিয়ে দেহ , মন কৰে

আমোল- মোল

সুবাসী সুগন্ধি তুমি

শৰৎৰ শাৰদী ৰাণী তুমি ।

মিন্টু গোৱলা

লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...