Saturday, September 24, 2022

লেখা আহ্বান

*¶লেখা আহ্বান¶*

অসমীয়া সাপ্তাহিক ৱেব আলোচনী

 *জোনাকী* ত প্ৰকাশৰ বাবে লেখা বিচৰা

 হৈছে । 

প্ৰবন্ধ,কবিতা,অনু গল্প,চুটি গল্প, এক মিনিটৰ

 গল্প,অনুভৱৰ

 টোপোলা,উপন্যাস,ইত্যাদি সকলো শিতানৰ

 লেখাই গ্ৰহণ কৰা হ'ব ।

 এবাৰত এটাহে লেখা গ্ৰহণ কৰা হ'ব । 

যেতিয়ালৈকে আগৰ লেখাতো প্ৰকাশ নাপাই

 তেতিয়ালৈকে অন্য লেখা

 দিব নোৱাৰিব ।


বিনীত


ৰাহুল চেতিয়া


মুখ্য সম্পাদক


জোনাকী সাপ্তাহিক ই-আলোচনী

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...