Friday, September 23, 2022

প্ৰভাতীৰ সুৰ-মিন্টু গোৱালা

প্ৰভাতীৰ সুৰ

সূৰ্য্যৰ উজ্জ্বল কিৰণত

ৰঞ্জিত বৰণে প্ৰসাৰিত কৰে 

প্ৰভাতীৰ কিৰণে

অহোৰাত্ৰি নেওচি ফুলে 

প্ৰভাতীৰ ফুল 

প্ৰভাতীৰ সুৰে সুৰে পক্ষীয়ে

গাই বিনন্দিয়া গীত

পক্ষীৰ বিনন্দিয়া গীতৰ সুৰত 

প্ৰভাতীৰ আগমন হয় 

সৃষ্টিৰ শিকলি ভাগিব নোৱাৰে 

কোনেও.......

নিয়তিৰ নিয়ম চলিব অমৰ দিনলৈ ।


  শ্ৰী মিন্টু গোৱলা ,লখিমপুৰ কদম

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...