Thursday, October 13, 2022

জাবৰ বোৰ দূৰতে থাকা:বুলেন নাথ

 জাবৰ বোৰ দূৰতে থাকা:

জাৱৰ বোৰ দূৰৈতে থাকা 

এই নৈ খনৰ পানী বোৰ

লেতেৰা নকৰিবা।


জাৱৰ বোৰ দূৰৈতে থাকা

অপ্ৰবিত্ৰ হাটেৰে নুচুবা।


এই খন ভগৱানৰ দানৰ নৈ

এই খন সৰগীয় অনুভুতিৰ নৈ

এই খন প্ৰেমৰ নৈ


বৈ যাব দিয়া 

এখন প্ৰবিত্ৰ হৃদয়ৰ পৰা

আনখন প্ৰবিত্ৰ হৃদয়লৈ………

জাৱৰ বোৰ দূৰৈতে থাকা।


বুলেন নাথ

গৰুখুটি, ছিপাঝাৰ, দৰং(অসম)

৯৩৭০৫ - ৫২৯২১

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...