আধৰুৱা কবিতা:
মোৰ কলমটোৱে চোন
চুচুক- চামাক কৰিব ধৰিছে,
কল্পনা সাগৰত শব্দ বোৰৰ!
আলৈ - আঠানি!! ,,,,,
কাগজেও আজি মোক
অভিমান কৰিছে।
লিখোঁ বুলি কিমান যে চেষ্টা ,,
মোৰ আধৰুৱা কবিতা ।
শব্দবোৰ আজি মোৰ নিৰাথক
গাঁথিব নুৱাৰিচো শব্দ - মালা
দিব পৰা নাই পূৰ্ণতা
মোৰ আধৰুৱা কবিতা।
"""'''''''''''''''''***"""''''''''''''''''''''
✍️দিবিদ বৰুৱা(বাম - কামচি,শ্ৰী পাণী)
No comments:
Post a Comment