Tuesday, November 01, 2022

এতিয়া আন্ধাৰ:পলাশ বৰুৱা

কবিতা:

এতিয়া আন্ধাৰ 

চৌদিশে মাথো ঘন শূন‍্যতাৰ ম্লান প্ৰতিচ্ছবি।

আকৌ ৰচনা কৰিব লাগিব পোহৰৰ আলোড়িত এটি জিয়া জীৱনৰ প্ৰতিচ্ছবি।।

কিন্তু কথোৰ বাস্তৱ

শূন‍্যতাৰ  এই ম্লান ছবিখনে,

বাৰে বাৰে জিৱনৰ বুৰঞ্জী আঙুলিয়াই দেহত ৰক্তসঞ্চালনৰ ব্যাঘাত জম্মাই,

আৰু মই সেই ভগা ডেউকাই উৰিবলৈ বিচাৰি হাহাকাৰ।।

কিন্তু মই এক নিস্কাৰিয় মানৱৰ অৱয়ৱ।

কাৰণ হাৰ নামানো, 

জীৱনৰ লক্ষ্যঃ

যিয়েই নহওক !! মই উৰ্চগিত

তোমাৰ চৰনত নতশিৰে।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...