Tuesday, November 01, 2022

মৌনতা:মিন্টু গোৱলা

 মৌনতা:

কিমান আৰু মৌন হৈ 

কথাবোৰ সহি থাকিম বাৰু?

জীৱনত বহু বাৰ মৌনতা অৱলম্বন

কৰি পাৰ কৰিলোঁ ।

আজি মই মৌন হৈ নাথাকো 

সকলো কথা খুলি কʼম তোমাক !

মৌনতাই আজি মোক কোঙা কৰি পেলাইছে।

তোমাক কথাবোৰ ক'লে ,

আজি মোৰ মনতো পাতল হ'ব।

মই মৌন হৈ নাথাকো 

সকলো কথাৰ প্ৰত্যুত্তৰ দিম ।


             মিন্টু গোৱলা, লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...