তোমাক পোৱাৰ হেঁপাহ বোৰ মনতে সাচি ৰাখিচো....
গীতাশ্ৰী বড়া ।
মাইনি : ইমান সময়ৰ পৰা যে মই ফোন কৰি আছো resep কৰা নাছিলা কিয়? কিহত ইমান ব্যস্ত তুমি। নিজেটো নকৰায়ে মই কৰিলেও নধৰা হ'ব দিয়া মোৰেই ভুল কৰিবয়ে নালাগিছিল মই 🥺মনত এবাৰো নপৰে নে মোলৈ এয়াই ভাল পোৱা ন
মাইনা : মাইনি কিয় এনেকৈ কোৱা মনত পৰে অ. . তোমাক মই কেনেকৈ বুজাম ..
কিয় নো সৰু ছোৱালীৰ নিচিনা কৰা মোক জানো বুজি নোপোৱা তুমি
মাইনি: পাও অ . কিন্তু মোৰ খং উঠে জানা নে?
মাইনা : জানো জানো, কিন্তু ইমান খং ভাল নহয় দে মাইনি ।
মাইনি : হ'ব হ'ব মোৰেই ভুল দিয়া soryyyy
মাইনা : কিয়নো সৰু সৰু কথাতে soryy কোৱা অ
মাইনি : ভুল হৈচে মোৰ সেই কাৰণে কৈচো ।
মাইনা: নাই হোৱা ভুল তোমাৰ।
মাইনি : হ'ব দিয়া এইবোৰ বাদ দিয়া চোন
মাইনা : কথাবোৰ বুজি পাইয়ো কিয় এনেকোৱা কৰা
মাইনি: বুজি নাপাও বুলি নকও পাও বুজি কিন্তু তোমাৰ পৰা অলপ মৰমৰ বুজনি ল' ব বিচাৰো।
মাইনা: অ সেইটো কথা
মাইনি : 🥺
মাইনা : কি হ'ল আকৌ
মাইনি : নাই একো নাই
মাইনা : কবা নে?
মাইনি : 🥺
মাইনা : কান্দি কিয় আচা মাইনি তোমাৰ চকুত মই চকুপানী চাব নিবিচাৰো
মাইনি : তোমাক মই
মাইনা : কি কোৱা আকৌ এনেকোৱা কিয় কৰিছা।
মাইনি : তোমাক নাপাও বুলি জানিও কিয় ইমান ভাল পাও ,
নাপালে মই কেনেকৈ থাকিম
মাইনা : আৰে, আছো মই তোমাৰ লগত সদায়।
মাইনি : প্ৰতিশ্ৰুতি দিয়া মোক ।
মাইনা : আছো তোমাৰ লগত প্ৰতিটো সময়তে, প্ৰতিটো পল যেতিয়াই বিচাৰা তেতিয়াই পাবা মোক
মাইনি : এই কথাষাৰে মোক বহুত সাহস দিয়ে অ সোণ সদাই এনেকৈয়ে থাকিবা সলনি নহবা কেতিয়াও।
মাইনা: আছো থাকিম মই তুমি ভয় নকৰিবা
মৰম বোৰ সদায় এনেকৈয়ে থাকক মৰম বোৰ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ ।। প্ৰাপ্তি নোহোৱাকৈ ভালপাই থকাৰ প্ৰমাণ দিবলৈ আমাৰ প্ৰেমেই যথেষ্ট...
No comments:
Post a Comment