অণুগল্প
প্ৰগতি গগৈ চাংমাই
"শিশু শ্ৰমিক"ৰ ওপৰত মঞ্চত ডাঙৰ ডাঙৰকৈ ভাষণ দি ৰাইজৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ বা: বা: লৈ ঘৰলৈ আহি মঞ্জুলাই ঘৰৰ বনকৰা ছোৱালী ভাৰতীক ধমক দিলে--"কামবোৰ সোনকালে কৰিব নোৱাৰ। দিনৰ দিনটো কি কৰি থাক? ভাতবোৰ এনেয়ে খুৱাইছোঁ তোক!"
প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...
No comments:
Post a Comment