Tuesday, December 13, 2022

অনুভৱ:সমুজ্জ্বল ডেকা

উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বিদায় ক্ষণত


                          অনুভৱ


বিদায় বুলি নকওঁ, আকৌ লগ পাম সকলোকে জীৱনৰ বাটৰ নতুন ঠিকনাত। অনুভৱৰ পথাৰত ভ্ৰমণ কৰি 'জীৱন' নামৰ কিতাপখন দেখি তুলি ললোঁ আৰু তুলিলৈ দেখোঁ জীৱনৰ প্ৰতিটো পাঠ বেলেগ বেলেগ। কোনোবাটো সুখৰ পাঠ আৰু অইন এটা পৃষ্ঠা লুতিয়াই দেখোঁ যে সেই পাঠটিৰ নামেই 'দুখ'। পাৰ হৈ যোৱা সময়বোৰ ঘুৰাই নাপায় যদিও অন্তৰত সুমধুৰ ক্ষণৰ দলিচাখন মাজে মাজে স্মৃতি হৈ মেলি থৈ যায়। মানুহৰ স্বভাৱ-চৰিত্ৰ মানুহৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। যিদৰে ইংৰাজীৰ 6 সংখ্যাটো আমি ওলোটাকৈ চালে ইংৰাজীৰ 9 সংখ্যাটো দেখা পাওঁ।


   ✍🏻 লেখক: সমুজ্জ্বল ডেকা, ৰঙিয়া
                   দ্বাদশ শ্ৰেণী কলা শাখা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...