Tuesday, December 13, 2022

স্মৃতিৰ দলিচাত এখোঁজ':সমুজ্জ্বল ডেকা

'স্মৃতিৰ দলিচাত এখোঁজ' (অনুভৱ)


 🖋️ *লেখকঃ সমুজ্জ্বল ডেকা, 


"অ' হৰি মহোহো, মহ খেইদবা টোকান লো..." 

এই মহোহো গীত বা মহ খেদা গীত গাই সৰুতে প্ৰতিবছৰে গৃহস্থৰ ঘৰে গৰে গৈ আনন্দ কৰাৰ এক সুকীয়া আমেজ বিদ্যমান আছিল। সমনীয়াৰ সৈতে বজাৰ কৰি খানাৰ দিনাখনৰ ধেমালিৰ কথা আৰু ৰৈ যোৱা পইচা ভগাই লৈ বা চকলেট খোৱাৰ দিনৰ কথা আজিও মনত পৰে। কিন্তু আজিকালি মানুহৰ মাজত কৰ্ম ব্যস্ততাৰ বাবে ক্ৰমাত উৎসাহবোৰ নোহোৱাৰ পৰিলক্ষিত হোৱা দেখা যায়। আমাৰ পৰম্পৰা আমি সকলোৱে মনত ৰাখি পালন কৰিলে ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীয়ে তেতিয়া এইবোৰ নীতি-নিয়মৰ কথা জানিব পাৰিব আৰু পালন কৰিবলৈ আনন্দৰে আগবাঢ়ি আহিব।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...