Showing posts with label লেখা. Show all posts
Showing posts with label লেখা. Show all posts

Tuesday, December 13, 2022

স্মৃতিৰ দলিচাত এখোঁজ':সমুজ্জ্বল ডেকা

'স্মৃতিৰ দলিচাত এখোঁজ' (অনুভৱ)


 🖋️ *লেখকঃ সমুজ্জ্বল ডেকা, 


"অ' হৰি মহোহো, মহ খেইদবা টোকান লো..." 

এই মহোহো গীত বা মহ খেদা গীত গাই সৰুতে প্ৰতিবছৰে গৃহস্থৰ ঘৰে গৰে গৈ আনন্দ কৰাৰ এক সুকীয়া আমেজ বিদ্যমান আছিল। সমনীয়াৰ সৈতে বজাৰ কৰি খানাৰ দিনাখনৰ ধেমালিৰ কথা আৰু ৰৈ যোৱা পইচা ভগাই লৈ বা চকলেট খোৱাৰ দিনৰ কথা আজিও মনত পৰে। কিন্তু আজিকালি মানুহৰ মাজত কৰ্ম ব্যস্ততাৰ বাবে ক্ৰমাত উৎসাহবোৰ নোহোৱাৰ পৰিলক্ষিত হোৱা দেখা যায়। আমাৰ পৰম্পৰা আমি সকলোৱে মনত ৰাখি পালন কৰিলে ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীয়ে তেতিয়া এইবোৰ নীতি-নিয়মৰ কথা জানিব পাৰিব আৰু পালন কৰিবলৈ আনন্দৰে আগবাঢ়ি আহিব।

খেতি আৰু স্বাবলম্বী ৰাইজ:মিন্টু গোৱলা

 খেতি আৰু স্বাবলম্বী ৰাইজ

খেতি বুলি কʼলে আমাৰ প্ৰধান কৈ কৰ্ম বুলি ক'ব পাৰি। বিশেষকৈ আমাৰ সমাজত খেতিৰ অবিহনে আমি সকলো আধৰুৱা কাৰণ প্ৰধান খাদ্য হ'ল আমাৰ ভাত যাৰ বাবে আমি খেতি কৰিব লাগে আৰু কৰি আহিছো। আমাৰ গাওঁৱলীয়া সমাজৰ ক্ষেত্ৰত খেতি বা কৃষিৰ অধিক গুৰুত্ব আৰোপ কৰে।কাৰণ গাওঁৱলীয়া সমাজ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।গাওঁৰ প্ৰায় ভাগ মানুহ কৃষি জীৱি আৰু কৃষিয়ে মুল অৰ্থনৈতিক দিশ বুলি কʼব পাৰি।

কৃষিক ভিত্তি কৰি গাওঁৱলীয়া সমাজৰ মানুহ বোৰ স্বাৱলম্বী হয় আছে।কৃষি আকৌ বহু ধৰণৰ আছে ।মাহ লৈ আছে যেনে -ধানৰ খেতি আমি এপ্ৰিল মাহৰ পাৰ আৰম্ভ কৰি জুলাই বা আগষ্ট মাহত শেষ কৰো। অক্টোবৰ মাহৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহত যেন বাম মাটিত কিছুমান বাম খেতি কৰে উদাহৰণ স্বৰূপে - শাক-পাচলিৰ খেতি 

বিভিন্ন ধৰণৰ শুকান দিন হোৱা খেতি বুলি গাওঁৱলীয়া সমাজৰ মুখত শুনিবলৈ পোৱা যায়।আহু ধান,বড়োধানৰ খেতি বুলি ক'ব পাৰি ।আহুধানৰ খেতি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰে ঠাই ভেদে বেলেগ বেলেগ মাহত আৰম্ভ কৰে  এপ্ৰিল মাহত বা মাৰ্চত ধান চপাই ।বড়োৰ ধান মাৰ্চৰ পৰা আৰম্ভ কৰে হয় , মে'মাহত ধান চপাই।বছৰ প্ৰতি মাহত গাওঁলীয়া সমাজ ব্যস্ত থাকে এক প্ৰকাৰৰ কৃষি কৰ্মত ।কাৰণ কৃষিক কেন্দ্ৰ কৰি গাওঁৰ সমাজখন চলি আছে ।কৃষি হৈছে গাওঁৱলীয়া সমাজৰ মেৰুদণ্ড ।আমি যদি নগৰীয়া সমাজৰ কথা ক'ব যাওঁ তেনে হ'লে গাওঁৱলীয়া সমাজৰ পৰা অলপ হ'লেও পৃথক । কাৰণ নগৰীয়া সমাজখন চাকৰিয়াল তেওঁ লোকৰ মুল বৃত্তি চাকৰি, কিন্তু গাওঁৱলীয়া সমাজ হ'ল কৃষি জীৱি আৰু গাঁওৰ অৰ্থনৈতিক দিশতো ইমান সুচল নহয়।যাৰ বাবে নগৰীয়া সমাজৰ ব্যক্তিয়ে গাওঁৰ ব্যক্তি অলপ বেয়া চকুত দেখা যেন দেখে ।

                   গাওঁৱলীয়া সমাজৰ কৃষিয়ে স্বাৱলম্বী হোৱা ৰ পথ দেখুৱাই । যদিও কৃষিত স্বাৱলম্বী হৈছিল কিন্তু বৰ্তমান সময়ছোৱাত জনসংখ্যাৰ বৃদ্ধিত মাটিৰ পৰিমাণ টো কমি আহি  বৰংঞ্ছ জন�

     

    ✍️মিন্টু গোৱলা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...