Tuesday, December 13, 2022

অনুগল্প:শ্ৰী পৰাগ জ্যোতি দাস

অণুগল্প

        ✍️শ্ৰী পৰাগ জ্যোতি দাস 

                     একাদশ শ্ৰেণী 

                ঢকুৱাখনা,লখিমপুৰ



           ন-চাউলৰ ন-খোৱা 

    

   সোণগুটি ধানেৰে উপচি থকা সোণোৱালী পথাৰ খন এতিয়া উদং হৈ গ'ল।কৃষকৰ শাওণৰ কষ্ট এতিয়া  ভঁৰালত  সোণগু হিচাপে  ধানেৰে উপচি পৰিছে।সকলোৰে ঘৰে-ঘৰে এতিয়া  আঘোণৰ মধুৰ ক্ষণত ন-চাউলেৰে ন-খোৱা প্ৰথা হৈছে । 

         

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...