Tuesday, January 17, 2023

জীৱন:জাকিৰ হুছেইন

 🔹জীৱন



জীৱন এক সংগ্ৰাম 

 আমিবোৰ ইয়াত সংগ্ৰামী

প্ৰত্যাশাৰে বসবাস কৰি আছোঁ

হাজাৰো কষ্ট বুকুত লৈ। 

 নাট্যকাৰ ৰূপে

দিনে-নিশা  নাটক কৰিছোঁ। 

মনত বহু দুখ-বেদনা

আৱেগ-অনুভূতি

 আৰু বহু ৰং বিৰঙী সপোন। 

আচলতে সেই সপোন পূৰণৰ

 সময়চোৱাই হ'ল জীৱন।।


✍️জাকিৰ হুছেইন 

গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)

জিলা-নগাওঁ(অসম)

যোগাযোগ +918139862693

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...