Showing posts with label জাকিৰ হুছেইন. Show all posts
Showing posts with label জাকিৰ হুছেইন. Show all posts

Tuesday, January 17, 2023

জীৱন:জাকিৰ হুছেইন

 🔹জীৱন



জীৱন এক সংগ্ৰাম 

 আমিবোৰ ইয়াত সংগ্ৰামী

প্ৰত্যাশাৰে বসবাস কৰি আছোঁ

হাজাৰো কষ্ট বুকুত লৈ। 

 নাট্যকাৰ ৰূপে

দিনে-নিশা  নাটক কৰিছোঁ। 

মনত বহু দুখ-বেদনা

আৱেগ-অনুভূতি

 আৰু বহু ৰং বিৰঙী সপোন। 

আচলতে সেই সপোন পূৰণৰ

 সময়চোৱাই হ'ল জীৱন।।


✍️জাকিৰ হুছেইন 

গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)

জিলা-নগাওঁ(অসম)

যোগাযোগ +918139862693

Thursday, January 12, 2023

প্রিয় নম্বৰ

 🔴প্ৰিয় নম্বৰ


মন গ'লে না কথা পাতিব পাৰি

না এছ এম এছ কৰিব পাৰি

না ডিলেট কৰিব পাৰি

সেই প্ৰিয় নম্বৰটো! 

কেতিয়াবা আকস্মিকতে

চকুৰ সন্মুখত উলাই যায়

whatsaap ৰ সেই পুৰণি 

massage বোৰ। 

তেতিয়া বুকু বিষাই যায় 

কাকো ক'ব নোৱাৰি! 

শুনিব বিচৰা জনীৰ যেন

এতিয়া সময় নাই 

তাই নুবোজিলে

মোৰ মনৰ কথা! 

আচলতে সময়ে কৃপণালি কৰিছে 

অৰ্থয়ো সুযোগ দিয়া নাই। 

যাৰ বাবে মই ডাইল কৰা

 প্ৰিয় নম্বৰটো এতিয়া বন্ধ হৈ পৰিছে৷


@✍️জাকিৰ হুছেইন 

গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)

জিলা-নগাওঁ(অসম)

যোগাযোগ  +918139862693

Tuesday, December 27, 2022

অতীত:জাকিৰ হুছেইন

🔴 অতীত

কেতিয়াবা মন যায় 

জানা তোমাৰ নামলৈ

গীত এটি গাবলৈ কিন্তু  

গান যে মোৰ জীৱন নহয়!

                    এটা সময়ৰ সংগী

                      আছিল গীত,মাত ,প্ৰেম

                               তুমি দিয়া মৰম 

                               কিন্তু এতিয়া                                          নিসতদ্ধ হল!

গাবলৈ খোজু তোমাৰ 

নামৰ গীত, গাবলৈ 

পৰা নাই কণ্ঠ কঁপি উঠে 

সুৰবোৰ বিলীনহৈ কৰোৱাত !!

                   বাৰে বাৰে চেষ্টা কৰিছোঁ

             অতীতৰ সপোনবোৰ মুচিবলৈ

                                       কিন্তু                                        উজাগৰে যে নহয়, 

                                       আধৰুৱা

 হয়েই ৰৈ যায়!!

তোমাৰ স্মৃতি বুকুতলৈ

হাঁহিব বিচাৰে কিন্তু 

মিছাতে অভিনয় যে 

কৰিব চেষ্টাই নকৰোঁ!!

                           আধৰুৱা হৃদয়ে যে 

              হাই হাহাকাৰ কৰি বিচাৰিছে

                        কিন্তু কি কৰিম কোৱা 

                   তুমিয়ে বুজানাই মোক!!!

                    


                  ©জাকিৰ হুছেইন 

        #গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)

         জিলা -নগাঁও (অসম )

   যোগাযোগ =+918139862693

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...