Thursday, January 12, 2023

প্রিয় নম্বৰ

 🔴প্ৰিয় নম্বৰ


মন গ'লে না কথা পাতিব পাৰি

না এছ এম এছ কৰিব পাৰি

না ডিলেট কৰিব পাৰি

সেই প্ৰিয় নম্বৰটো! 

কেতিয়াবা আকস্মিকতে

চকুৰ সন্মুখত উলাই যায়

whatsaap ৰ সেই পুৰণি 

massage বোৰ। 

তেতিয়া বুকু বিষাই যায় 

কাকো ক'ব নোৱাৰি! 

শুনিব বিচৰা জনীৰ যেন

এতিয়া সময় নাই 

তাই নুবোজিলে

মোৰ মনৰ কথা! 

আচলতে সময়ে কৃপণালি কৰিছে 

অৰ্থয়ো সুযোগ দিয়া নাই। 

যাৰ বাবে মই ডাইল কৰা

 প্ৰিয় নম্বৰটো এতিয়া বন্ধ হৈ পৰিছে৷


@✍️জাকিৰ হুছেইন 

গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)

জিলা-নগাওঁ(অসম)

যোগাযোগ  +918139862693

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...