লিমাৰিক
ছোৱালী চাবলৈ গৈছিলোঁ ধুনীয়া জনী ,
পালো গৈ ছোৱালী এজনী বৰ নাচনী ।
গাল দুখন যে গুল,
মনত লাগিল ভাল।
ঘৰত আনিলো চকুৰে নেদেখাজনী ।
ছেলিমা বেগম
Post a Comment
Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...
No comments:
Post a Comment