Showing posts with label অবিনাশ নাথ. Show all posts
Showing posts with label অবিনাশ নাথ. Show all posts

Tuesday, February 28, 2023

তুমি চিৰপূজ্য:অবিনাশ নাথ

 তুমি চিৰপূজ্য


আজি দিঠকবো


ৰো চোন

সপোন সপোন লাগিছে,

মোৰ হৃদয়ত বলা, মলয়া যাকো

চোন আজি, নীৰৱ, স্থবিৰ,

দিঠকত তুমি যে কেতিয়াও নাহা, ময় জানো,

সপোনতেই আহিবা চোন, ছায়া হৈ......

নিবিচাৰিলেও সঁচা,

তুমি যে মোৰ কেতিয়াও নোহোৱা।

কব খোজা কত কথা যে মনত,

কব খোজা কত ভাষা যে বুকুত,

কওঁ কওঁ বুলি ভাবো, কিন্তু, উঠে ৰাখে সামৰি,

ৰৈ যায় পুনৰ আধৰুৱা হৈ, 

মই দিঠকতাত অলীক সপোন বিচাৰো, 

সেয়ে, ভাগি ৰয় প্ৰতিবাৰ......

তুমি মোৰ হোৱা নে নাই ময়, নাজানো,

কিন্তু, মোৰ মনৰ যেন তুমিয়েই দেৱী,

মোৰ প্ৰেমৰ ৰাণী,

তোমাক পূজো সদায়,

তুমি চিৰপূজ্য মোৰ,

তুমি চিৰপূজ্য।


কিছুমান, সৌন্দৰ্য দূৰৰ পৰায়ে ভাল লাগে,

কাষত ৰলে নহয়,

যেনেকৈ,

জোনাক দূৰণিৰ পৰায়েই ভাল লাগে,

কাষত জানো পায় কোনোবাই,

তৰালী আকাশ ধৰাৰ পৰায়ে শুৱনি,

কাষত পালে,

সেই,

সৌন্দৰ্য্যতাৰ মাদকতা নাথাকে।


কিছুমান, বস্তুৰ নিচা, মাদকতা,

দূৰত ৰলে হে পোৱা যায়,

কাষত নহয়।

সেই মাদকতা এটি অতভূত, মাদকতা আছে,

যি মাদকতা, দূৰৈত জীয়ায়।



নাম: অবিনাশ নাথ                

   উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...