Showing posts with label পদুম লইং. Show all posts
Showing posts with label পদুম লইং. Show all posts

Sunday, September 25, 2022

চিকিমৰ মোহনীয়া

চিকিমৰ মোহনীয়া
                     পদুম লইং
                  ডিব্ৰুগড় বিশ্ববিদ্যালয়       
প্ৰকৃতিৰ বিনন্দীয়া
ছিকিমৰ মোহনীয়া
তিস্তা নদীয়ে
কৰে আমনি
   পাৰে পাৰে সাজে ভাঙে
তিস্তাৰ ক'ত ইতিহাস
     একা- বেকা পথেৰে
পাহাৰৰ মাজে মাজে
     ‌‌‌‌  গঢ়ি তুলিছে
শিল্পী সত্তাই 
এখন মানৱৰ অমৰাপুৰী
তিস্তা তোৰ 
    খৰস্ৰোতা বক্ষৰ গতিক 
অনুসৰণ কৰি।


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...