Showing posts with label হাফিজুল খান. Show all posts
Showing posts with label হাফিজুল খান. Show all posts

Tuesday, October 11, 2022

অকলশৰীয়া মন:হাফিজুল খান

 -: অকলশৰীয়া মন:-

অকলশৰীয়া মই কলেজত আজি
মোৰ কোনো লগৰী নাই আজি
বহুত বিচাৰি কোনো নাপালোঁ
হাইস্কুল পাছ কৰি কলেজত আহিলো
সপোন পৰীক বিচাৰি নাপালো

তোমাৰ বাবে মৰম ৰাখিছোঁ সাজি
তোমাক বিচাৰি পালে মৰম দিম যাছি
পখিলাৰ দৰে মই উৰি ফুৰিছো
কোনোবা এজনক বিচাৰি আছোঁ
ৰঙা ফুল দেখিলে ভাল নালাগে
অকলে হিয়াখন নুজুৰে

এন্ধাৰৰ মাজত বিচাৰি আছোঁ মই
তুমি ক'ত লুকাই আছা আহা কাষলৈ
মোৰ মনৰ কথা শুনিবলৈ নাই কোনো
এই পৃথিৱীত কোননো হ'ব মোৰ আপোন মানুহ।
হাফিজুল খান।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...