Wednesday, November 16, 2022

অনুগল্প:শিশু দিৱসৰ দিনা মদন চলিহা গ্ৰেপ্তাৰ

শিশু দিৱসৰ দিনা মদন চলিহা গ্ৰেপ্তাৰ

অণুগল্প 




ৰাতিপুৱা উঠি মদন চলিহা নিজৰ ফেক্টৰীত ১৪ বচৰৰ তলৰ শিশু সকলক কামত লগাই দিলে ৷সেইসময়ত বন্ধু ৰফিক আহি উপস্থিত হলে ৷ চলিহাই মাত লগালে বন্ধু আহিলি বহ , অ’ বন্ধু আজি ১৪ নৱেম্বৰ নহয় শিশু দিৱস ৷শিশু সকলৰ বাবে অলপ মিঠাই বিলাই আছোঁ জাতিৰ খুড়া জৱাহৰলাল নেহেৰুয়ে শিশু সকলক বৰ ভাল পাইছিল ৷মইয়ো তেখেতৰ আদৰ্শ পালন কৰি আছোঁ ৷এনে সময়তে শিশু সুৰক্ষীত আইনৰ এদল মানুহ আহি মদন চলিহাক গেপ্তাৰ কৰি লৈ যায় ৷ দৃশ্যটো দেখি ৰফিক চাহাবৰ মনটো ভাঙি পৰিল ৷


ছেলিমা বেগম 

জিলা নগাঁও 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...