Tuesday, November 22, 2022

সুখ-দুখৰ যোগ-বিয়োগ:খাইৰুল ইছলাম

 সুখ-দুখৰ যোগ-বিয়োগ 

_✍খাইৰুল ইছলাম

ৰচনা কালঃ ১৭-১১-২০২২

সুখবোৰ আৰু এতিয়া নহয় যোগ

ক্ৰমশঃ হ'ব ধৰিছে বিয়োগ। 

এতিয়া যেন কেৱল দুখবোৰহে হ'ব যোগ

আৰু যোগবোৰ হ'ব বিয়োগ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...