স্তৱক
✍️ ৰাজ ৰাহুল
পাত-গাভৰু জনীৰ আঁচলেৰে
মোৰ শৰীৰটো চুই গল
গমেই নাপালোঁ কেতিয়ানো উপত্যকা এৰি
নৈখনৰ মাজ পালোঁ
এতিয়া ডিঙিলৈকে মোৰ পানীয়ে পানী
তেওঁ ঘাটত বহি খিলখিলাই হাঁহিলে
মই হেনো ডুবাৰ আখৰাহে কৰিলোঁ।
Post a Comment
Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...
No comments:
Post a Comment