Wednesday, November 16, 2022

অণুগল্প:নদীৰ পাৰত বহি বহু কথা মনত পৰে

 অণুগল্প

নদীৰ পাৰত বহি বহু কথা মনত পৰে

মনটো ভাল নগা নাই৷নদীৰ পাৰত বহি বহি হেৰুৱা সপোনবোৰ আমনি কৰি আছে ৷কিজানি আকৌ বুটলি আনিব পাৰিম হেৰুৱা সপোন ৷কেতিয়াবা মন যায় সকলোতে চুটি লৈ তোমাৰ কথা ভাবি ভাবি দিনবোৰ পাৰ কৰি দিম ৷এনেতে পিছফালৰ পৰা অনিলে মাত লগালে হেৰৌ বন্ধু অকলে অকলে বহি কি কথা ভাবি আছ ৷ দিপকে হুমুনি এটা মাৰি কলে, 

কিনোঁ শুনিবি আজি পাঁচটা বছৰ পাৰ কৰিলোঁ নিজৰ পত্নীক হেৰুৱাই ,স্মৃতিবোৰে আমনি কৰি থাকে সদায় ৷কথাটো শুনি অনিলৰ মনটো ভাঙি পৰিল ৷


ছেলিমা বেগম 

জিলা নগাঁও 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...