Tuesday, January 03, 2023

সুন্দৰ বাৰ্তা:নাছৰিণ চুলতানা

🔸সুন্দৰ বাৰ্তা

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই অসমৰ চাহৰ সন্দৰ্ভত বিশেষ দাবী উত্থাপন কৰি ভাষণ প্ৰদান কৰে।ৰাজ্যসভাত তেওঁ কয় যে- ২০২৩চনত অসমৰ চাহৰ ২০০ বছৰ সম্পূৰ্ণ হ’ব।তেওঁ লগতে কয়- মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ চাহৰ এই ২০০ বছৰীয়া উৎসৱ পালন কৰা হ’ব। ভাৰত চৰকাৰেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই সাংসদ মাৰ্ঘেৰিটাই।চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ বাবে দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে। ‘ভাৰতৰ প্ৰতিঘৰতে চাহ পোৱা যায়। ভাৰতীয় সংস্কৃতিৰ ই এক অভিন্ন অংগ।গতিকে চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ সঠিক সময় এয়া’ বুলিও মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।


সংগ্ৰহীত-নাছৰিণ চুলতানা।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...