◾️নতুন বছৰৰ নতুন প্ৰভাতত সংকল্প
✍খাইৰুল ইছলাম, মৈৰাবাৰী, মৰিগাঁও
নতুন বছৰৰ
নতুন প্ৰভাত;
সূৰ্যৰ পোহৰ
পৰিল ধৰাত।
উজলি উঠিল
গছ-বন;
জীপাল হৈ পৰিল
তন-মন।
নতুন সংকল্প
ল'লোঁ মনত;
লিখিম কবিতা-গল্প
বেছিকৈ নতুন বছৰত।।
Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...
No comments:
Post a Comment