কবিতাৰ শিৰোনাম : কিতাপ
কিতাপ হ'ল মানৱ জীৱনৰ
আত্মৰ এক আহাৰ।
জ্ঞানৰ এক পোহৰ
জীৱনৰ এক সমাহাৰ। জীয়াই থকাৰ প্ৰেৰনাৰ এক উৎস ।।
"কিতাপ" হ'ল, মানৱ জীৱনৰ
সঞ্জিৱনীৰ এক সুধা।
তৃপ্তিৰ এক অনন্যা
অজ্ঞানতাৰ পৃথিৱীত
চিঙি-ভাঙি দিৱ পৰা
দুৱাৰৰ একোখন খিৰিকী মাথোঁ।।
নাম : নৱজিৎ নাথ, ছিপাঝাৰ,(দৰং)
No comments:
Post a Comment