Tuesday, February 28, 2023

অপেক্ষা:নয়ন জ্যোতি পাটৰ

 অপেক্ষা

আজি বহু দিনৰ মূৰত

         তেওঁক লগ পালোঁ,

   আৰু ক'লে ---

       " তুমি মোক পাহৰি

       যোৱা নাই নহয় ?

      বহু দিন ৰৈ আছো

              তোমাৰ অপেক্ষাত,

      মোৰ পৰা কিবা 

          বিচাৰিবা বুলি,

     কিন্তু তুমি যে, মোৰ পৰা

            একো বিচৰাই নাই।"

       এয়া, আজি তোমাৰ পৰা

            এটা মাথোঁ উত্তৰ বিচাৰিছো

           কোৱা......,

       হ'বানে তুমি মোৰ জীৱন বাটৰ লগৰী?



✍️  নয়ন জ্যোতি পাটৰ

        মৰিগাঁও ( মিকিৰভেটা) ওৱাবড়ি 

        একাদশ শ্ৰেণী

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...