Tuesday, February 14, 2023

তোমালৈ বুলি:ৰুম্পী দাস

তোমালৈ বুলি 



মোৰ মৰমৰ নয়ন মইনা 

     তোমালৈ বুলি ...

এপাহি গোলাপ সাঁচি থলো ;

      কোমলীয়া সচাঁ হৃদয়েৰে 

          এই বুকুৰ মাজত ।

আগতেও ৰাখিছিলোঁ 

কিতাপৰ পাতৰ ভাজত ।

    শুকান হৈ আজিও ৰই গ'ল 

            মোৰেই কাষত ।

তোমাৰ প্ৰতিটো দিন ,

গোলাপৰ দৰে 

    সুন্দৰ হোক ;

       তাৰে আশীষ থাকিল ।।


                                                    ✍🏻 ৰুম্পী দাস

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...