যোৱা দুটা দশকত ৰচিত কবিতাবোৰে বিভিন্ন সময়ত বহুতো কাকত-আলোচনী, স্মৃতিগ্ৰন্থৰ পাতত প্ৰকাশৰ মুখ দেখিছিল ছেগা-চোৰোকাকৈ। তাৰে কিছু কবিতা আৰু শেহতীয়াকৈ ৰচিত কেই টামান কবিতাৰে এই সংকলনটি সজাই তোলা হৈছে।
পাঠকৰ আনন্দ আৰু তৃপ্তিতেই লেখকৰ সাধনা সার্থক হয়। সহৃদয় পাঠকবৃন্দই আগ্রহেৰে কাব্যগ্রন্থখনি আকুৱালি ল'ব বুলি আশা থাকিল।
পঢ়াৰ লিংক
👇https://drive.google.com/file/d/1C9tFW4XtyIFeMXchpURBDi0VVBKLPYoB/view?usp=drivesdk
👇
মায়াবিনী আউসীৰ এটি জোনাকী-ৰাহুল চেতিয়া
https://jonakimegazine.blogspot.com/2024/02/blog-post_15.html