Thursday, September 22, 2022

জীৱন-ৰাহুল চেতিয়া

কবিতা
জীৱন-ৰাহুল চেতিয়া

জীৱন:
জীয়াই থকাৰ অদম্য হেঁপাহ
থকাৰ পাছতো
মৰি থকাৰোঁ ক’ত
আপাহৰ তৃপ্ততা৷

মাজে মাজে উমি উমি জ্বলোঁ
আকৌ মাজে-সময়ে
অন্তৰাত্মাতে কঁপো
এয়াই চাগে জীৱনৰ অন্তিম চ'ৰা খেলা৷

 মৃত্যু এতিয়া সহজ
মৃত্যু যদি অমৰ হয়
জীৱনটোৰ লগত
খেলিবলৈ দু:সাহ নকৰো----
মহান কবিয়ে লিখিছিল-
কাৰণ ইয়াৰ
দামেই নাম
কামেই দুৰ্নাম... |

ৰাহুল চেতিয়া
নিলখপুৰ ধেমাজি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...