Friday, September 30, 2022

আকুলতা:ৰাহুল চেতিয়া

আকুলতা:ৰাহুল চেতিয়া

ভিজা চুলিটাৰি ৰ'দত মেলি
খিলখিলাই হাঁহিছা কিয়
নাজানা নেকি
ৰ'দৰ তাপ বৰ প্ৰখৰ
ম্লান হব পাৰে
তোমাৰ সৌন্দৰ্য্যতা
আঁকিব বিচাৰো মই
তোমাৰ ওঁঠত
লাস্যময়তাৰ এক অনামী চুমা।।

✍️ৰাহুল চেতীয়া
নিলখপুৰ, ধেমাজি
Photos:পিংকু মণি চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...