Friday, September 30, 2022

যাক মই ভাল পাওঁ:ৰাহুল চেতিয়া

 যাক মই ভাল পাওঁ

যাক মই ভাল পাওঁ

তেওঁৰ বাবেই

সাঁচি ৰাখিছোঁ মোৰ হৃদয়ৰ কোঠালিত

এপাহ গোলাপ ফুল....

যাৰ মুখৰ মিচিকিয়া হাঁহিৰ বাবেই

ব্যাকুল হৃদয় মোৰ

উন্মেষ হয় মনত

হাজাৰ অলেখ ভাৱনা বোৰ।

তোমাৰ উকা কপাল সেউতাত

আঁকিব বিচাৰোঁ

মোৰ সঁচা মৰমৰ সেন্দুৰ।


✍️ৰাহুল চেতীয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...