Saturday, October 01, 2022

অপেক্ষা মাথোঁ তোমাৰলৈ:ৰাহুল চেতিয়া

 অপেক্ষা মাথোঁ তোমাৰলৈ:

তুমি আহিবা বুলি

মোৰ মনৰ ফুলনিৰ

এথোপা গোলাপেৰে, 

 সজাই ৰাখিছো হৃদয়ত

"একাজ্বলি ভালপোৱা" 

অপেক্ষা মাথোঁ তুমি অহাৰলৈ! 

 তুমি কেতিয়া আহিবা ?? 


 গোলাপ পাহিওঁ মৰহিব ধৰিছে

তুমি যে এতিয়াওঁ নাহিলা ? 

অতুলনীয় তোমাৰ সুন্দৰ্য!

নাই যে একো, 

তোমাৰ লগত ৰিজোৱাৰ; 

কিয়োনো......

 তুমি যে তুলনাবিহীন ?

 সাগৰৰ দৰে গভীৰ ৷


ৰাহুল চেতিয়া

 বিশাল হৃদয়

 অসহ্য দুখৰ মাজতো

মোৰ হৃদয়ৰ বান্ধোনত 

জীয়াই ৰাখিছোঁ তোমাৰলৈ? 

একাজ্বলি মৰম-ভালপোৱা ৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...