Tuesday, October 04, 2022

স্তৱক:ৰাহুল চেতিয়া

স্তৱক:

হয়তো তুমি ভাবিবলৈ বাধ্য হৈছা
জীৱন যুদ্ধত পৰাজয় হৈ
স্বপ্ন বোৰ সামৰি
বিলীন হৈ পৰিছোঁ....!
মুক্ত আকাশত....!
সময়ৰ খেলত......!
বিলীন হলেও বিলাই যাম
মিঠা সুবাস...
দুষ্মন্ত-শকুন্তলাৰ
পুনঃ মিলনৰ প্ৰতিশ্ৰুতিৰে।

ৰাহুল চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...