Thursday, October 13, 2022

স্তৱক:ছেলিমা বেগম

 স্তৱক:


অভিমানী প্ৰেয়সী তুমি 
পবিত্ৰ প্ৰেমক হত্যা নকৰিবা 
মোৰ প্ৰেম গংগাতকৈ পবিত্ৰ !
তোমাৰ বাবে বাট চাই ৰ’ম 
তোমাৰ নামতেই পাৰ কৰিম 
উজাগৰী নিশা , তোমাৰ নামত 
গাই যাম বিষাদৰ গান !

ছেলিমা বেগম ৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...