Tuesday, October 25, 2022

দিপাৱলী দিনা অঘটন:ছেলিমা বেগম

 অণুগল্প 

                                  ছেলিমা বেগম ৷

দীপাৱলী দিনা অঘটন ::

মিৰা তাইৰ লগৰীয়া লগত সন্ধিয়া সময়ত আনন্দত আত্মাহাৰা হৈ পোহৰৰ উৎসৱ মানাবলৈ ফটকা ,তৰা বাতি আতকবাজী লৈ জ্বলাই আছে ৷মায়ে ভিতৰত মিঠাই বনাই আছে  আলহীক লগত লৈ কিছু সময়ৰ পিছত আহি খাব ৷এনে সময়তে বাহিৰৰ পৰা এটা বিকট শব্দ আহিল মিৰাৰ মায়ে দৌৰাদৌৰি কৈ মিৰাৰ ওচৰ পালেহি ৷ হায় ! এয়া কি আজিৰ পৰা মিৰা আৰু দুই চকুৰে এইখন সেউজীয়া পৃথিৱী দেখিব নোৱাৰিব ৷

মোৰেই ভুল যদি সাৱধানে ফটকা ফুটাবলৈ দিলোহেঁতেন আজি এই দিন দেখিবলৈ নাপালোঁহেঁতেন !

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...