Tuesday, October 04, 2022

স্তৱক:ৰাহুল চেতিয়া

 স্তৱক:ৰাহুল চেতিয়া

কবিতা বোৰো চোন আজি কালি 

 পঢ়ি ভাল নালাগে,

অর্থহীনতাৰ অনুভৱে 

মগজুৰ ছৌপাশে মাথোঁ 

শব্দ হীনতাই আৱৰি ধৰি

কবিতাৰ সমাধি পাতে।

*********************

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...