Wednesday, November 16, 2022

নিলিখা কবিতা বোৰ:মিন্টু গোৱলা

 নিলিখা কবিতা বোৰ




জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ টোপোলাটো 

ছন্দৰ ৰহন সানিব নোৱাৰা বাবেই 

নিলিখা হʼলো কবিতা বোৰ।


কেতিয়াবা অনুভৱ বোৰ বৰকৈ

বুকুৰ ভিতৰত খুন্দিয়াই থাকে,

যেতিয়া অনুভৱী হৈ অকলে নিজানত বহো ।


              মিন্টু গোৱলা লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...