Wednesday, November 16, 2022

এটি বিষাদ ৰাতি:মিন্টু গোৱলা

 এটি বিষাদ ৰাতি

         



ৰাতিৰ বুকুত স্বপ্নৰ 

কোলাহল বিচাৰো 

স্বপ্নৰ চাক নৈত বহি 

 

জীৱনৰ পোৱা নোপোৱা

স্বপ্নময় ৰাতি বোৰ আজি

বৰ বিষাদ ভৰা হৈছে !

 

স্বপ্নবোৰই লৈ আহে

এটি বিষাদ ৰাতি


ৰাতি দেখু বহু স্বপ্ন

কিন্তু দিঠক কৰিবই 

নোৱাৰিচোন , সেইবাবেই

প্ৰতিটো ৰাতিই মোৰ বাবে 

এটি বিষাদৰ  ৰাতি ।


 মিন্টু গোৱলা

 লখিমপুৰ, কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...