Wednesday, November 16, 2022

তেজস্বিনী:মিন্টু গোৱলা

 তেজস্বিনী



জীৱন যুঁজৰ যুঁদ্ধা আমি

তেজৰ ৰঙেৰে জিলিকাই

তুলো তেজস্বিনীৰ প্ৰতিটো অধ্যায়।


অনুভৱীৰ পৃষ্ঠাৰে ৰহন 

সানি জিলিকাই তুলা এই

তেজস্বিনীক ।


ছন্দৰ বৰণ দি,

সূৰ্য্যৰ কিৰণ সানি 

ৰক্ত জবাৰ দৰে জীয়াই তুলা,

এই তেজস্বিনীৰ পৃষ্ঠা বোৰ(!)

নৱ  অনুভৱীয়ে মেলা পাতক 

তেজস্বিনীৰ পৃষ্ঠাত

নৱ সূৰ্য্যৰ কিৰণ আনিব নৱ মেলা ।


        শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...