Tuesday, November 01, 2022

যাত্ৰা:ৰাজ ৰাহুল

অণুগল্প

           যাত্ৰা

                                  ✍️ ৰাজ ৰাহুল

         গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা পুত্ৰ বিমানক প্ৰয়োজনীয় কেইটামান বস্তু দিবলৈ বুলি দেউতাক অমৰেন্দ্ৰ চৌধুৰীয়ে যোৰহাটৰ পৰা নৈশ বাছত কৰা যাত্ৰাই যে তেওঁৰ অন্তিম যাত্ৰা হ'ব কোনে জানিছিল !

          এইয়াই জীৱন। মাথোঁ অনিশ্চয়তা ...।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...