স্তৱক
পুৱাৰ ৰ'দালিয়ে,নিশাৰ দুখ ভাগৰ আঁতৰাই
মনলৈ সজীৱতা আনে
সেউজীয়া গছৰ পাতে
মিঁচিকি হাঁহে,এখোজ দুখোজকৈ
জীৱনৰ বাটত,জীৱনে আগ বাঢ়ে।।
মিনতি ডেকা
উত্তৰ লখিমপুৰ
Post a Comment
Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...
No comments:
Post a Comment