Tuesday, November 08, 2022

তুমি য'তেই আছা শান্তিত থাকা:খাইৰুল ইছলাম

তুমি য'তেই আছা শান্তিত থাকা



"মানুহে মানুহৰ বাবে..." শীৰ্ষক গীত গাই

মানুহৰ মানৱতাক তুলি জগাই 

কৰি অমানুহকো মানুহ

তুমি হৈ পৰিছিলা মানুহৰ প্ৰিয় মানুহ। 


তুমি ভাৰত ৰত্ন 

তুমি সুধাকণ্ঠ

তুমি সংগীত সূৰ্য

তোমাক লৈ সকলোৱেই কৰে গৰ্ব। 


হে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা,

তুমি য'তেই আছা শান্তিত থাকা।


✍খাইৰুল ইছলাম

ৰচনা কালঃ ০৫-১১-২০২২

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...