নৱবৰ্ষ
নৱ নৱ বৰ্ষৰ আদৰণি
নৱ স্পৰ্ষৰ শুভকাংশী
নৱ বৰ্ষৰ এপাহি হেপাহৰ
ফুলা ফুলৰ যেন পাপৰি
নৱ বৰ্ষৰ আদৰণি
নৱ নৱ বৰ্ষৰ আদৰণি
নৱ শুভেচ্ছাৰ শুভবানী
নৱ বৰ্ষৰে এচাতি মলয়া
জাতি উপজাতি ৰ স্মৃতিৰে
নৱ বৰ্ষৰ আদৰণি
নৱ নৱ বৰ্ষৰ আদৰণি
নৱ নৱ নন্দিনিৰ স্তপ্দৰ হিয়া
নৱ বৰ্ষৰে জিলিকনিৰ
সেউজী ধৰাৰ ঐশৰ্য্যৰ
শোভা হওক নৱ বৰ্ষৰ আদৰণি ৷৷
লিখক :- শ্ৰী ৰূপেশ্বৰ ফুকন
দুলিয়াজান, বাম হুকুতা
জিলা ডিব্ৰুগড়
ম. ৯৪৩৫৩৯২৯২৮
পিন- ৭৮৬৬০২
No comments:
Post a Comment