Tuesday, January 03, 2023

সেউজী ধৰণী মোৰ:মিন্টু গোৱলা

 🔴সেউজী ধৰণী মোৰ:

সেউজীয়া বৰণ সনা

মোৰ এই ধৰণী

কত সেউজীয়া তৰু-তৃণই

ধৰণী খনক ধুনীয়া কৰি ৰাখিছে ।

কি ?

         সুন্দৰ শস্য শ্যামল 

সেউজী ধৰণী মোৰ বৰ ধুনীয়া

ইয়াতেই ৰচোঁ বহু সপোন ।

সেউজীয়া দলিচাত দেখু জীৱনৰ সপোন 

এনে সুন্দৰ পৰিৱেশক 

কিয়?

       মানুহে ধ্বংস কৰিছে 

অবুজ  হৈ মানুহে কিয় ?

সেউজ ধৰণী খনক ধ্বংস কৰিছে ।

                   ©শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...