Tuesday, January 10, 2023

বহাগ:চুমিয়া আকতাৰা

🔹কবিতা

 "বহাগ"

      


চ'ত মাহক খেদিলোঁ বেগাই 

বহাগ আহিব বুলি।

পিঠা-পনা লাড়ু-বিস্কুট 

খাবলৈ পাম বুলি।


তাঁতৰ খালত বহিলোঁ মই 

মূগা মেখেলা ব'ম বুলি।

বিহুৰ দিনা তাকে পিন্ধি 

বিহু নাচিম বুলি।


চিঠি দিলোঁ চেনাইকে মোৰ 

ঘৰলৈ আহিবা বুলি।

মই বোৱা গামোচাখন

চেনাইকে পিন্ধাম বুলি।


         ✍️চুমিয়া আকতাৰা 

ফোন নং: ৯৩৯৫৩৪১৯২৯

জিলা: নগাওঁ(অসম)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...