Tuesday, February 21, 2023

মোবাইল

 মোবাইল ।

                      

এতিয়া কিমান সহজ

হাতৰ মুঠিতেই পায় মনৰ খবৰ

চোলাৰ জেপত লৈ ফুৰে মানুহে

মানুহৰ ঠিকনা।

আঙুলিৰ সামান্য স্পৰ্শত

প্ৰাণ পাই উঠে হৃদয় ।

বিমূৰ্ত কেইটামান সংখ্যা

তাতেই লুকাই থাকে ঠিকনা

মানুহৰ ঠিকনা।

ইযে প্ৰেমৰ প্ৰস্তাৱনাৰো

চমু বাট- মোবাইল।



ৰাতুল চেতিয়া ফুকন।

চৰাইদেউ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...