Wednesday, September 28, 2022

সূৰ্যৰ মানৱ- মিন্টু গোৱলা

সূৰ্যৰ মানৱ- মিন্টু গোৱলা
 হে সূৰ্যৰ সৃজনীশীল
শক্তিৰ সঞ্চয় 
কিৰণময়ী সৃষ্টিৰ 
অধিকাৰ তুমি !

বৰুণ ,পৱণৰ সামঞ্জস্যত
সৃষ্টিকৰ্তাৰ এই সেউজ 
ধৰাত অসংখ্য
জীৱই কৰিছে 
মুক্ত বিচৰণ


বৰুণ,পৱণ নিস্তব্ধ হ'লে 
জীৱ ও হ'ব নিস্তব্ধ
 চিৰদিনলৈ ।

মিন্টু গোৱলা
লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...